নিজৰ বিষয়ে(About Myself)

জীৱনক লাহে লাহে বুজি আছো।
Understanding life slowly.

অসমীয়া।
From Assam, India.

কটন বিশ্ববিদ্যালয়ৰ নৃতত্বৰ ছাত্ৰ।
University Student studying Anthropology.

মোৰ সীমাবদ্ধতাসমূহ গ্ৰহণ কৰি আগুৱাই যাবলৈ সক্ষম হ’বলৈ ম‌ই লিখি আছো।
I write to get adjusted with imperfections.