In between

You come You go You have to live in between. You pay You buy You have to think in between. Blue sky Green waters There's a space in between. You listen You watch You have to speak in between. Night Day There's a dawn in between. You eat You sleep You have to act in … Continue reading In between

উদ্ভাসিত ( ষষ্ঠ খণ্ড )

সময় গৈ আছিল। ময়াে ডাঙৰ হৈ গৈ আছিলাে। মােৰ সপােনে এতিয়াও মােক এৰি থৈ যােৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ বছৰ পাইছিলহি। স্কুলত আশা কৰিছিল সকলােৱে ভাল ৰিজাল্ট। ঘৰতাে কৰিছিল। অঞ্চলৰ মানুহেও লগ পালেই পঢ়াৰ কথা সুধিছিল। মই পঢ়াৰ কথা সুধিলে ভালেই পাইছিলাে। প্রস্তুতি বেয়া হােৱা নাছিল। মাজে মাজে হতাশা হৈছিল কিজানি ৰিজাল্ট বেয়া … Continue reading উদ্ভাসিত ( ষষ্ঠ খণ্ড )

উদ্ভাসিত ( ৩য় খণ্ড)

সময় পাৰ হৈছিল। ম‌ই স্কুল যাব পৰা হৈছিলো। ভণ্টিও অলপ ডাঙৰ হৈছিল। তাইৰ মুখত দুই এটা কথা ফুটিবলৈ লৈছিল। মোক মাহঁতে ওচৰৰ প্ৰাথমিক বিদ্যালয়তে নাম লগাবলৈ ঠিক কৰিছিল। দিনটো আহি পৰিছিল। মায়ে জোতা মোজা পিন্ধাই দিছিল। ভালদৰে ইউনিফৰ্মো পিন্ধাইছিল। দেতাই কৈছিল লৰালৰি কৰিবলৈ। আইতাক সেৱা কৰিছিলো। আইতাই মূৰত হাত ফুৰাই কৈছিল, - ভালকৈ পঢ়িবা সোণতো। … Continue reading উদ্ভাসিত ( ৩য় খণ্ড)

উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য'লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা। - আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে? - নাই পোৱা অ'। -ককানো কেনেকৈ গ'ল তেতিয়াহ'লে? - ককা‌ ঢুকাল যে, ভগৱানে লৈ … Continue reading উদ্ভাসিত (২)

Artists

The artists- They are spreading love They are one of the reasons I stop and realize What we are capable of creating, They are the rays of hope Whenever I feel insecure. I know it's very very hard To be recognized And to be paid for what you create It sometimes doesn't pay your bills … Continue reading Artists

This Cosmos

Evenings, With a moon and A sky having its blue turning dark, Tell me To relax And to be okay. Everything will be okay.

A Child’s Growing Up

With the growing age Most of us forget To smile That used to be a part of us Every single moment in childhood. Everything becomes hard- Hard to get a good college Hard to get a good degree Hard to get a good job Hard to get satisfaction in anything Hard to remain healthy Hard … Continue reading A Child’s Growing Up