In between

You come You go You have to live in between. You pay You buy You have to think in between. Blue sky Green waters There's a space in between. You listen You watch You have to speak in between. Night Day There's a dawn in between. You eat You sleep You have to act in … Continue reading In between

উদ্ভাসিত ( অন্তিম খণ্ড)

মােৰ কাৰণে আজিটো ডাঙৰ দিন। বহুত ডাঙৰ। মই সাক্ষী হলাে মােৰ জীৱনটোৰ আৰু এতিয়া সাক্ষী হ'ম নিজৰ সপোন বাস্তৱ হৈ উঠাৰ। সঁচাই বৰ আচৰিত যেন লাগিছে নিজকে আজিৰ ৰূপত। বিশ্বাস কৰিবলৈ টান বহুত। মােৰ কাৰণে টান নহয় কিন্তু মাৰ কোলাত থকা ,পপীয়া তৰাটো দেখি প্ৰশ্ন কৰা মইটোৰ বাবে। সি বাৰু কেনেকুৱা কৰিলেহেঁতেন আজি? আজিৰ এই … Continue reading উদ্ভাসিত ( অন্তিম খণ্ড)

উদ্ভাসিত (চতুৰ্থ খণ্ড)

মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে কন্দা কটা কৰাবিধৰ নাছিল। নিজে ঘৰলৈ গুছি গুছি আহিছিল।মা সেয়ে গোটেই দিনটো স্কুলত তাইৰ কাৰণে থাকিব লাগিছিল। মই পঢ়াত ভাল আছিলো, … Continue reading উদ্ভাসিত (চতুৰ্থ খণ্ড)

উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য'লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা। - আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে? - নাই পোৱা অ'। -ককানো কেনেকৈ গ'ল তেতিয়াহ'লে? - ককা‌ ঢুকাল যে, ভগৱানে লৈ … Continue reading উদ্ভাসিত (২)

উদ্ভাসিত ( প্ৰথম খণ্ড)

সপোনৰ শেষ থাকেনে নাই ম‌ই নাজানো। পিছে ইয়াৰ এটা আৰম্ভণি হ'লে থাকে। অন্ততঃ মোৰ ক্ষেত্ৰত। মোৰ সপোনটোৰো এদিন আৰম্ভণি হৈছিল। দিন তাৰিখ মনত ৰাখিব পৰাকৈ ম‌ই সিমান বুজিব পৰা বয়সৰ হোৱা নাছিলো । তেনেকৈয়ে আৰম্ভ হৈ গৈছিল সপোনৰ। কোনো আগজাননী নিদিয়াকৈ। নিশাৰ আকাশখনৰ আনবোৰ তৰাৰ মাজতেই হঠাতে পাৰ হৈ যোৱা পপীয়া তৰাটো দেখি ভাঁহি আহিছিল … Continue reading উদ্ভাসিত ( প্ৰথম খণ্ড)

This Cosmos

Evenings, With a moon and A sky having its blue turning dark, Tell me To relax And to be okay. Everything will be okay.

A Child’s Growing Up

With the growing age Most of us forget To smile That used to be a part of us Every single moment in childhood. Everything becomes hard- Hard to get a good college Hard to get a good degree Hard to get a good job Hard to get satisfaction in anything Hard to remain healthy Hard … Continue reading A Child’s Growing Up