Gary Vee

Thank you! Thank you for everything. I found you on Tom Bilyeu’s show ‘impact theory’, I listen to you on you tube, I listen to you on Instagram. Sometimes I feel you are the voice on my head finding an expression You show me the value of this life You show me the importance ofContinue reading “Gary Vee”

শেষ সপ্তাহ

কাইলৈ মায়ে পায়স গোটাইছে | পুৱা আঠটাতে ল’ৰা ছোৱালীবোৰ আহিব | মই সৰু হৈ থাকোতেই প্ৰথমবাৰ এনে কৰিছিল | সেইবাৰ ক শ্ৰেণীৰ পৰীক্ষা আছিল | মোৰ মনত আছে, পিছৰ বছৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষাৰ এবেলা শেষ হওঁতে জিৰণিৰ পৰত দেতাই পায়স লৈ গৈছিল টিফিনত | পিছে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে সময়চোৱাত পায়সখিনি চেঁচা হৈ পৰিছিল | এতিয়াContinue reading “শেষ সপ্তাহ”

Create your website at WordPress.com
Get started