আপোন

কেঁচা আলিৰ বোকা গচকি পাতলীয়া বৰষুণে চুই যোৱা থৰক বৰক দেহাৰেই মোৰ ওচৰলৈকে আহে আইতাগৰাকী । গাত হাত বুলাই কৈ যায় – তোক চাই যাওঁ বুলিয়েই আহিলো, ভালকৈ থাকিবি | নামঘৰীয়া ককাই বাটত লগ পাওঁতে মোলৈ চাই এটি খোলা হাঁহি মাৰে আৰু সুধে – ভালনে? কেতিয়া আহিলি তই ? ককাই ধমক দিছিল আগতে সেই ধমকContinue reading “আপোন”

Liebster Award

Hi guys, I’m glad to inform you about my nomination for the Liebster Award Thank you Nishtha for the nomination. It means a lot to me. And sorry for the delay! Let’s get started with the rules: Rules Thank the blogger(s) who nominated you. Share 11 facts about yourself. Answer the 11 questions the blogger(s)Continue reading “Liebster Award”

** কাৰ্য ফলন **

গল্প লিখিম বুলি ভাবিছিলোঁ, বেলেগ কিবাহে হ’ল! ”…ধাতুৰ মুক্ত ইলেক্ট্ৰনৰ ক্ষেত্ৰত থকা এই শক্তি বণ্টনৰ কাৰণে ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত হ’বলৈ বেলেগ বেলেগ ইলেক্ট্ৰনক বেলেগ বেলেগ পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় |..” পদাৰ্থ বিজ্ঞানৰ NCERTৰ কিতাপখনত এই বাক্যটো পোৱাৰ লগে লগে মোৰ মনত কোলাহলৰ সৃষ্টি কৰি থকা চিন্তাবোৰ শান্ত হৈ পৰিল | মুক্ত ইলেক্ট্ৰন আছে বাবেইContinue reading “** কাৰ্য ফলন **”

ৰাতি Night

ৰাতিবোৰক পোহৰবোৰে দিন কৰিব নোৱাৰে। Lights cannot turn the night into a day. ৰাতি ৰাতিয়েই। Night is night. ৰাতি আন্ধাৰৰ। Night is darkness. ৰাতি সপোনৰ বাবে। Night is for dreams. ৰাতি নিজৰ বাবে। Night is for myself. ৰাতি পৃথিৱীৰ। Night is for Earth. ৰাতি সজীৱতাৰ। Night is for refreshment . কৃত্ৰিম পোহৰবোৰ আঁতৰাই দিয়া। TurnContinue reading “ৰাতি Night”

প্ৰাণ আৰু প্ৰাণ

(24/11/2017) ইমানদিনে কাৰ বাবে সাঁচি ৰাখিছোঁ মোক অস্থিৰ কৰি ৰখা চকুপানীৰ টোপালটোক? জীৱন! কিয় বুজা নাই মই জীৱনক! বাৰে বাৰে চকুৰ ফালৰ দুৱাৰখন ভাঙি ওলাব খোজে সেই টোপালটো | কিয় সান্তনাৰে সজতনে থৈছোঁ তাক? বুজি নাপাওঁ কিজানি সেইদিনৰ বাবেই যিদিনা বহুৰাতিৰ ভোক প্ৰাণত লৈও হাঁহিব জনা মানুহবোৰে বন্ধ কৰিব নিজক বুজনি দিয়া আৰু শিকিব ভাবিবলৈContinue reading “প্ৰাণ আৰু প্ৰাণ”

Create your website at WordPress.com
Get started