Sunset

You Made Me Alive Again Keeping Me Away From The Burden Of Life's Problems. I love you nature.

উদ্ভাসিত ( অন্তিম খণ্ড)

মােৰ কাৰণে আজিটো ডাঙৰ দিন। বহুত ডাঙৰ। মই সাক্ষী হলাে মােৰ জীৱনটোৰ আৰু এতিয়া সাক্ষী হ'ম নিজৰ সপোন বাস্তৱ হৈ উঠাৰ। সঁচাই বৰ আচৰিত যেন লাগিছে নিজকে আজিৰ ৰূপত। বিশ্বাস কৰিবলৈ টান বহুত। মােৰ কাৰণে টান নহয় কিন্তু মাৰ কোলাত থকা ,পপীয়া তৰাটো দেখি প্ৰশ্ন কৰা মইটোৰ বাবে। সি বাৰু কেনেকুৱা কৰিলেহেঁতেন আজি? আজিৰ এই … Continue reading উদ্ভাসিত ( অন্তিম খণ্ড)

উদ্ভাসিত ( ষষ্ঠ খণ্ড )

সময় গৈ আছিল। ময়াে ডাঙৰ হৈ গৈ আছিলাে। মােৰ সপােনে এতিয়াও মােক এৰি থৈ যােৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ বছৰ পাইছিলহি। স্কুলত আশা কৰিছিল সকলােৱে ভাল ৰিজাল্ট। ঘৰতাে কৰিছিল। অঞ্চলৰ মানুহেও লগ পালেই পঢ়াৰ কথা সুধিছিল। মই পঢ়াৰ কথা সুধিলে ভালেই পাইছিলাে। প্রস্তুতি বেয়া হােৱা নাছিল। মাজে মাজে হতাশা হৈছিল কিজানি ৰিজাল্ট বেয়া … Continue reading উদ্ভাসিত ( ষষ্ঠ খণ্ড )

উদ্ভাসিত ( পঞ্চম খণ্ড)

দেউতা চৰকাৰী চাকৰিয়াল বাবে ইলেকচনৰ ডিউটি কৰিব লগা হৈছিল। পাঁচবছৰৰ মূৰে মূৰে আহিছিল ইলেকচন। মই বৰ বুজি নাপাইছিলো। পিছে বাতৰিকাকত পঢ়ি অলপ ধাৰণা এটা হৈছিল। আইতাৰ লগত জুইশালত বহি আছিলাে। ভণ্টিয়ে সুধিছিল আইতাক ইলেকচন মানে কি। আইতাই কৈছিল। আইতাই কোৱাৰ পাছত ভণ্টিয়ে অলপ সময় ভাবিছিল। তাৰ পাছত তাই সুধিছিল সকলােৰে ঘৰৰ অৱস্থা একে কিয় নহয়। … Continue reading উদ্ভাসিত ( পঞ্চম খণ্ড)

উদ্ভাসিত (চতুৰ্থ খণ্ড)

মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে কন্দা কটা কৰাবিধৰ নাছিল। নিজে ঘৰলৈ গুছি গুছি আহিছিল।মা সেয়ে গোটেই দিনটো স্কুলত তাইৰ কাৰণে থাকিব লাগিছিল। মই পঢ়াত ভাল আছিলো, … Continue reading উদ্ভাসিত (চতুৰ্থ খণ্ড)

উদ্ভাসিত ( ৩য় খণ্ড)

সময় পাৰ হৈছিল। ম‌ই স্কুল যাব পৰা হৈছিলো। ভণ্টিও অলপ ডাঙৰ হৈছিল। তাইৰ মুখত দুই এটা কথা ফুটিবলৈ লৈছিল। মোক মাহঁতে ওচৰৰ প্ৰাথমিক বিদ্যালয়তে নাম লগাবলৈ ঠিক কৰিছিল। দিনটো আহি পৰিছিল। মায়ে জোতা মোজা পিন্ধাই দিছিল। ভালদৰে ইউনিফৰ্মো পিন্ধাইছিল। দেতাই কৈছিল লৰালৰি কৰিবলৈ। আইতাক সেৱা কৰিছিলো। আইতাই মূৰত হাত ফুৰাই কৈছিল, - ভালকৈ পঢ়িবা সোণতো। … Continue reading উদ্ভাসিত ( ৩য় খণ্ড)

উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য'লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা। - আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে? - নাই পোৱা অ'। -ককানো কেনেকৈ গ'ল তেতিয়াহ'লে? - ককা‌ ঢুকাল যে, ভগৱানে লৈ … Continue reading উদ্ভাসিত (২)

A Child’s Growing Up

With the growing age Most of us forget To smile That used to be a part of us Every single moment in childhood. Everything becomes hard- Hard to get a good college Hard to get a good degree Hard to get a good job Hard to get satisfaction in anything Hard to remain healthy Hard … Continue reading A Child’s Growing Up

Gary Vee

Thank you! Thank you for everything. I found you on Tom Bilyeu's show 'impact theory', I listen to you on you tube, I listen to you on Instagram. Sometimes I feel you are the voice on my head finding an expression You show me the value of this life You show me the importance of … Continue reading Gary Vee

Life

Frustrating thoughts Frustrating experiences Frustrating observations Frustrating conversations Frustrating failures Frustrating judgements Frustrating laziness Frustrating loneliness Frustrating politics Frustrating wars Frustrating pollution Frustrating noise Frustrating news Frustrating mosquitoes Frustrating truths ... Yet there is beauty Worth praising. ... Beautiful raindrops Beautiful fear of the thunder Beautiful hearts Beautiful ability to not give up Beautiful kindness … Continue reading Life