উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য'লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা। - আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে? - নাই পোৱা অ'। -ককানো কেনেকৈ গ'ল তেতিয়াহ'লে? - ককা‌ ঢুকাল যে, ভগৱানে লৈ … Continue reading উদ্ভাসিত (২)

Advertisements

উদ্ভাসিত ( প্ৰথম খণ্ড)

সপোনৰ শেষ থাকেনে নাই ম‌ই নাজানো। পিছে ইয়াৰ এটা আৰম্ভণি হ'লে থাকে। অন্ততঃ মোৰ ক্ষেত্ৰত। মোৰ সপোনটোৰো এদিন আৰম্ভণি হৈছিল। দিন তাৰিখ মনত ৰাখিব পৰাকৈ ম‌ই সিমান বুজিব পৰা বয়সৰ হোৱা নাছিলো । তেনেকৈয়ে আৰম্ভ হৈ গৈছিল সপোনৰ। কোনো আগজাননী নিদিয়াকৈ। নিশাৰ আকাশখনৰ আনবোৰ তৰাৰ মাজতেই হঠাতে পাৰ হৈ যোৱা পপীয়া তৰাটো দেখি ভাঁহি আহিছিল … Continue reading উদ্ভাসিত ( প্ৰথম খণ্ড)

Gary Vee

Thank you! Thank you for everything. I found you on Tom Bilyeu's show 'impact theory', I listen to you on you tube, I listen to you on Instagram. Sometimes I feel you are the voice on my head finding an expression You show me the value of this life You show me the importance of … Continue reading Gary Vee

শেষ সপ্তাহ

কাইলৈ মায়ে পায়স গোটাইছে | পুৱা আঠটাতে ল'ৰা ছোৱালীবোৰ আহিব | মই সৰু হৈ থাকোতেই প্ৰথমবাৰ এনে কৰিছিল | সেইবাৰ ক শ্ৰেণীৰ পৰীক্ষা আছিল | মোৰ মনত আছে, পিছৰ বছৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষাৰ এবেলা শেষ হওঁতে জিৰণিৰ পৰত দেতাই পায়স লৈ গৈছিল টিফিনত | পিছে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে সময়চোৱাত পায়সখিনি চেঁচা হৈ পৰিছিল | এতিয়া … Continue reading শেষ সপ্তাহ

জোনাক

  তাৰ কোঠাৰ পৰা কিবা শব্দ আহি থাকে । মই যোৱা এসপ্তাহ ধৰি লক্ষ্য কৰি আছো ।ৰাতি দুটালৈ সাৰে থকাৰ অন্য কাৰণ নাছিল ।অহা সপ্তাহৰ পৰা পৰীক্ষা ।এবছৰে নপঢ়াখিনি এদিনত পঢ়াৰ বৃথা চেষ্টা ! মই খিৰিকী মেলি দিওঁ । জোনাক ভাল লাগেনে নাই নাজানো! কিন্তু বাহিৰৰ অন্ধকাৰ জগতখন ভাল লাগে ।নীৰৱ জগতখন ভাল লাগে । … Continue reading জোনাক