জীৱন বাস্তৱ হ‌ওক

জীৱনক এখন এখন স্ক্ৰীণত আবদ্ধ কৰা আমিবোৰে নিজৰ গুৰুত্ব বুজিবলৈ লৈছো আমাৰ স্ক্ৰীণবোৰত ভাঁহি অহা আনৰ পছন্দ (লাইক) মন্তব্য (কমেণ্ট) অথবা দৰ্শনৰ(ভিউজ) সংখ্যাৰে। আমি 'আমি' হ'ব লাগিব। তেওঁ নাজানে তোমাক তুমি নাজানা তেওঁক জানিবলৈ চোৱাচোন তেওঁ যেতিয়া বাস্তৱ হৈ তোমাক এষাৰ মাত দিয়ে তুমি 'তুমি' হোৱা তেওঁ 'তেওঁ' হ‌ওক শব্দবোৰ সঁচা হ‌ওক দৌৰবোৰে অৰ্থ পাওক … Continue reading জীৱন বাস্তৱ হ‌ওক

Advertisements

উদ্ভাসিত ( অন্তিম খণ্ড)

মােৰ কাৰণে আজিটো ডাঙৰ দিন। বহুত ডাঙৰ। মই সাক্ষী হলাে মােৰ জীৱনটোৰ আৰু এতিয়া সাক্ষী হ'ম নিজৰ সপোন বাস্তৱ হৈ উঠাৰ। সঁচাই বৰ আচৰিত যেন লাগিছে নিজকে আজিৰ ৰূপত। বিশ্বাস কৰিবলৈ টান বহুত। মােৰ কাৰণে টান নহয় কিন্তু মাৰ কোলাত থকা ,পপীয়া তৰাটো দেখি প্ৰশ্ন কৰা মইটোৰ বাবে। সি বাৰু কেনেকুৱা কৰিলেহেঁতেন আজি? আজিৰ এই … Continue reading উদ্ভাসিত ( অন্তিম খণ্ড)

উদ্ভাসিত ( ষষ্ঠ খণ্ড )

সময় গৈ আছিল। ময়াে ডাঙৰ হৈ গৈ আছিলাে। মােৰ সপােনে এতিয়াও মােক এৰি থৈ যােৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ বছৰ পাইছিলহি। স্কুলত আশা কৰিছিল সকলােৱে ভাল ৰিজাল্ট। ঘৰতাে কৰিছিল। অঞ্চলৰ মানুহেও লগ পালেই পঢ়াৰ কথা সুধিছিল। মই পঢ়াৰ কথা সুধিলে ভালেই পাইছিলাে। প্রস্তুতি বেয়া হােৱা নাছিল। মাজে মাজে হতাশা হৈছিল কিজানি ৰিজাল্ট বেয়া … Continue reading উদ্ভাসিত ( ষষ্ঠ খণ্ড )

উদ্ভাসিত (চতুৰ্থ খণ্ড)

মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে কন্দা কটা কৰাবিধৰ নাছিল। নিজে ঘৰলৈ গুছি গুছি আহিছিল।মা সেয়ে গোটেই দিনটো স্কুলত তাইৰ কাৰণে থাকিব লাগিছিল। মই পঢ়াত ভাল আছিলো, … Continue reading উদ্ভাসিত (চতুৰ্থ খণ্ড)

Gary Vee

Thank you! Thank you for everything. I found you on Tom Bilyeu's show 'impact theory', I listen to you on you tube, I listen to you on Instagram. Sometimes I feel you are the voice on my head finding an expression You show me the value of this life You show me the importance of … Continue reading Gary Vee

1:50 AM

বহুতো কথা মোতেই আৰম্ভ হৈ মোৰ মাজতেই বিলীন হৈ যায় থাকি যায় কেৱল যাক লৈ সৃষ্টি সেই কথাবোৰৰ তেওঁক ক'ব নোৱাৰাৰ হতাশা । Many things starts And ends inside me Leaving The frustration Of not being able To tell the one For whom These words Are created.

The full moon cries, ''O my child, why don't you look at me? You could also enjoy my struggle To get out of the arms of the golden clouds tonight.'' But do we hear the sound of that musical voice? We have become too busy to stop for a moment And to feel ourselves alive … Continue reading

The emptiness of words In our minds Could be a blessing At the moments When we forget The reality Around us.

মোৰ বন্ধু পৃথিৱীত যিমানেই পৰিবৰ্তন নহওক কিয় তোৰ দৰে মানুহবোৰে মোক মই হৈ থকাত সহায় কৰে । তোৰ সৰলতাৰ মান পৃথিৱীৰ বজাৰবোৰৰ জটিলতাই যাতে হেয় কৰিব নোৱাৰে চাবি ভালকৈ । তই তোৰ সপোন চুগৈ যা মই জানো কেৱল নামৰ পাছত দৌৰা মানুহৰ মাজত তই জিলিকি থাকিবি, নীৰৱে ।

মাজ ৰাতিৰ এই স্থিৰতাই ঢাকি ৰাখে নেকি পুৱাৰ অনিশ্চয়তাৰ সংকেত ? Does this stillness Of the midnight Hide the uncertainty of tomorrow ?