ফাগুনৰ বতাহ

সকলো শেষ হোৱাৰ পাছতো

ৰৈ থাকে ফাগুন।

ভগ্ন হৃদয়বোৰক

সিহঁতৰ মূল্য সোঁৱৰাই

সৰা পাতবোৰত

নতুনৰ প্ৰতিশ্ৰুতি দি

যায়গৈ ফাগুন।

মানুহক মানুহ হিচাপে

বুজিবলৈ শিকাই

এবছৰলৈ হেৰাই যায় ফাগুন।

আকৌ আহিব ফাগুন।

Leave a comment