নিশা নাই টোপনি

নিশাৰ মায়াই লগত লৈ আহিছে এসোপামান বেবেৰিবাং টুকুৰা টুকুৰ চিন্তা। তাৰে কিছুমান সঁচা। তাৰে কিছুমান মাথো কল্পনা; নতুন দিনৰ কাঁইটীয়া বাটৰ তিতা অভিজ্ঞতাৰ কল্পনা।

Advertisements

I want

I want to be heard I want my mind to be understood I want my being to be accompanied I want my stories to be listened to I want my experience to be shared I want my smile to be noticed I want my efforts to be praised I want... This list would never end. … Continue reading I want

ৰাতি Night

ৰাতিবোৰক পোহৰবোৰে দিন কৰিব নোৱাৰে। Lights cannot turn the night into a day. ৰাতি ৰাতিয়েই। Night is night. ৰাতি আন্ধাৰৰ। Night is darkness. ৰাতি সপোনৰ বাবে। Night is for dreams. ৰাতি নিজৰ বাবে। Night is for myself. ৰাতি পৃথিৱীৰ। Night is for Earth. ৰাতি সজীৱতাৰ। Night is for refreshment . কৃত্ৰিম পোহৰবোৰ আঁতৰাই দিয়া। Turn … Continue reading ৰাতি Night

Hope

Have you ever been Through the phase of your life Where nothing is interesting anymore? Forget about positive or negative It seems like you don't feel anything anymore Aimlessly wasting time becomes the new routine. Hope lives in the future- In the dream of a better future. Let's try it.

১৯

সঠিক সময়ত সকলো হ'ব । মোৰ সঠিক সময়বোৰ দেখোন পাৰ হৈ যায় চকুৰ পচাৰতে। সময়ক সেই দায়িত্ব দি ভুল কৰো নেকি? সেয়া পলায়ন নেকি দায়িত্ববোধৰ পৰা? বহু সময়ত (হয়তো সকলো সময়ত) ময়ে মোৰ শত্ৰুৰ আচৰণ কৰো। এই বয়সত একো স্পষ্ট হোৱা নাই। সময় এক ডাঙৰ সকাহ। ম‌ই সকলো আজিকালি সময়েৰে জুখিব শিকিছো লাহে লাহে।