কথাবোৰ

কৈ ভাল নোপোৱা কথা । শুনি ভাল নোপোৱা কথা । তাৰ মাজতে মনত ভুমুকিয়াই নোহোৱা হৈ যায় ক’বলৈ হেঁপাহ কৰি থকা কথাবোৰ। সেই হেৰাই যোৱাবোৰতেই হয়তো নিজস্বতা বেছিকৈ থাকে। ব্যস্ততাই আমাৰ লক্ষ্য যদি কিয় আপোন আপোন লাগে সেই হেৰাই যাব খোজা কথাবোৰক ঘূৰাই অনাত সহায় কৰা মানুহকেইজনৰ লগত ব্যস্ত নোহোৱাকৈ পাৰ কৰা সময়খিনিক?

Create your website at WordPress.com
Get started