পথ হেৰুৱা পথিকক

হাতত ধৰি নোৱাৰিলেও

এষাৰ‌ মাতেৰেও

তেওঁৰ পথৰ ঠিকনা দিব পাৰি ।

বিনিময়ত একো নাপালেও

কিবা জানো হেৰায় ?

2 Comments

Leave a comment