মোৰ বন্ধু

পৃথিৱীত যিমানেই পৰিবৰ্তন নহওক কিয়

তোৰ দৰে মানুহবোৰে

মোক মই হৈ থকাত

সহায় কৰে ।

তোৰ সৰলতাৰ মান

পৃথিৱীৰ বজাৰবোৰৰ জটিলতাই যাতে

হেয় কৰিব নোৱাৰে চাবি ভালকৈ ।

তই তোৰ সপোন চুগৈ যা

মই জানো কেৱল নামৰ পাছত দৌৰা

মানুহৰ মাজত তই জিলিকি থাকিবি,

নীৰৱে ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s