কল্পনাৰ পৃথিৱীৰ অভিজ্ঞতা

কাল্পনিক সাগৰখনত বহুদিন ঘূৰিলো যি বিচাৰিছিলো পালো – নীৰৱতা, নিস্তব্ধতা, নিঃসংগতা| আজি উভতি চাওঁতে দেখিলো একোৱেই নাই মোৰ হাতত অতদিনে চাগৈ বাস্তৱ পৃথিৱীৰ মোৰ চিনাকীসকলেও পাহৰিলে মোক নিশ্চয় কোনোবা আহি পূৰাই থৈ গ’ল মোৰ খালি ঠাই | আমুৱাইছে মোৰ আৰু মই ঘূৰি যাবই লাগিব পাৰ পালেও নাপালেও অন্ততঃ উপভোগ কৰিম ঘূৰি অহাৰ সংঘৰ্ষ ; নিজৰContinue reading “কল্পনাৰ পৃথিৱীৰ অভিজ্ঞতা”

Create your website at WordPress.com
Get started