‘Homeless to Harvard : The Liz Murray Story ‘ : সকলো ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী এখন বোলছবি

2016 চন | মেট্ৰিক পাছ কৰাৰ পাছত বহু কিছুমান কাৰণত একধৰণৰ হতাশা আহি পৰিছিল, আত্মবিশ্বাস প্ৰায় নোহোৱাৰ নিচিনা হৈ গৈছিল মোৰ | সেই পৰিস্থিতিৰ লগত যুঁজিবলৈ হাতত থকা ম'বাইলটো, জিঅ'ৰ বিনামূলীয়া ইণ্টাৰনেটৰ বাহিৰে আন কোনো নাছিল | এষাৰ কথা আছে, যেতিয়া এখন দুৱাৰ বন্ধ হয়, অন্য এখন দুৱাৰ খোল খায় | মোৰ ক্ষেত্ৰটো সেয়ে হ'ল … Continue reading ‘Homeless to Harvard : The Liz Murray Story ‘ : সকলো ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী এখন বোলছবি

Advertisements